আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : সমগ্ৰ ভাৰতবৰ্ষত ১৬ জুলাইত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ আই.চি.এ.আৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰিছে। এই উপলক্ষে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত মূৰব্বী তথা প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ সৱল নেতৃত্বত ৯৪তম আই.চি.এ.আৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত কেন্দ্ৰীয়ভাৱে ভাৰ্চুৱেল অনুষ্ঠান কামৰূপ কৃষক ৰাইজৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে অনুষ্ঠিত হয়। বিশেষকৈ কৃষকৰ আয় দুগুনীকৰণ (DFI)ৰ আঁচনিৰ অন্তৰ্ভুক্ত কষক যুৱক-যুৱতীসকল এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ভাৰ্চুৱেল যোগে কেন্দ্ৰীয়ভাৱে জলবায়ু সহিষ্ণু খেতি, ভূমি সংৰক্ষণ, প্ৰাকৃতিক খেতি উদ্যান শস্য আদি কৃষি সম্বন্ধীয় বিষয়ৰ ওপৰত সম্প্ৰচাৰ কৰে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে বহুতো কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত কৃষক ৰাইজৰ লগত মতবিনিময় কৰে। কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ আৰু কৰ্মকৰ্তাসকলৰ সহযোগিতাত ২০০ জনৰো অধিক কৃষক, যুৱক-যুৱতী, মহিলাৰ উপস্থিতিত সফলতাভাৱে এই প্ৰতিষ্ঠা দিৱস কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चौसाळा शहराचा विकास रुपी चेहरा मोहरा बदलणार बाबूशेठ लोढा यांचे तगडे आवाहन
चौसाळा शहराचा विकास रुपी चेहरा मोहरा बदलणार बाबूशेठ लोढा यांचे तगडे आवाहन
बीड तालुक्यातील अतिशय...
भारतीय ऑटोमोबाइल बाजार में इन टॉप-5 कार ब्रांड्स का है दबदबा, मार्केट में आते ही छा गई ये कोरियन कार कंपनी
Maruti Suzuki देश की सबसे बड़ी कार निर्माता कंपनी है। यही कारण है कि अमूमन हर ट्रैफिक सिग्नल पर...
Ram Mandir Pran Pratishtha के बाद Ayodhya में उमड़ी भीड़, रात भर लाइन में लगे लोग क्या बोले?
Ram Mandir Pran Pratishtha के बाद Ayodhya में उमड़ी भीड़, रात भर लाइन में लगे लोग क्या बोले?
સોનિયા ગાંધીની માતાનું નિધન.
કોંગ્રેસના નેતા જયરામ રમેશે ટ્વીટ કરીને માહિતી આપી છે કે સોનિયા ગાંધીની માતા પાઓલા...