কলাইগাওঁ:২অক্টোবৰ:: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৩ সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ঔতলা গাঁও পঞ্চায়ত কাৰ্যালয়ত এখনি বিশেষ গাঁও সভা অনুষ্ঠিত হয়। ঔতলা গাঁও পঞ্চায়তৰ সভাপতি কৌশিক ডেকাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব শিল্পীশিখা চৌধুৰীয়ে। পঞ্চায়তৰ বিভিন্ন উন্নয়ণ মূলক আচঁনিৰ লগতে প্ৰধান মন্ত্ৰী আবাসৰ বিষয়ে সভাখনত মূল বিষয় হিচাপে আলোচিত হয়। সভাৰ আৰম্ভণিতে জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। আজিৰ সভাত ঔতলা গাঁও পঞ্চায়তৰ উপ-সভাপতি মুকুট হাজৰিকাৰ লগতে গাঁও পঞ্চায়ত সদস্য সকল আৰু পঞ্চায়তৰ কৰ্মচাৰী বৃন্দ উপস্হিত থাকে। ইয়াৰোপৰি শাৰদীয় দুৰ্গাপূজাৰ মাজতে অনুষ্ঠিত সভাখনত স্হানীয় ৰাইজৰ সঁহাৰি আছিল উৎসাহজনক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बेरोजगार युवाओं के लिए बड़ी खबर अब मिलेगे प्रतिमाह 8000रु., जल्दी करे आवेदन
आज का मुख्य समाचार
मध्य प्रदेश के मुख्यमंत्री श्री शिवराज सिंह चौहान द्वारा प्रदेश के...
Bloody Daddy Trailer: शाहिद कपूर की फिल्म का ट्रेलर रिलीज, ड्रग माफिया से कर रहे हैं जबरदस्त फाइट
शाहिद कपूर की आगामी फिल्म ब्लडी डैडी का ट्रेलर जारी कर दिया गया है। इसमें शाहिद कपूर को...
Nissan Magnite Facelift का नया टीजर सोशल मीडिया पर हुआ जारी, चार अक्टूबर को होगी लॉन्च
जापानी वाहन निर्माता Nissan की ओर से भारतीय बाजार में दो एसयूवी ऑफर की जाती हैं। लेकिन इनमें से...
કોંગ્રેસના ડેલિગેટ અને આપના કાર્યકર્તાઓ પણ ભાજપમાં જોડાયા /SABANDH BHARAT NEWS /DEESA
કોંગ્રેસના ડેલિગેટ અને આપના કાર્યકર્તાઓ પણ ભાજપમાં જોડાયા /SABANDH BHARAT NEWS /DEESA