পুনৰ মাজুলীত ফেৰীৰ অঘটন
কথমপি প্ৰাণৰক্ষা ফেৰীখনত
থকা শতাধিক যাত্ৰীৰ ।
ফেৰীত সোমাল পানী
অভাৰলোডৰ বাবে ফেৰীখনত পানী সোমোৱাৰ সন্দেহ
মাজুলী লখিমপুৰ সংযোগী ধুনাগুৰি ঘাটৰ ফেৰীৰ ভিতৰত সোমাল পানী
নিমাতী ঘাটৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাই শুধৰাব পৰা নাই একাংশ ফেৰীৰ লেচিক