জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ সামূহিক চাফাই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন সমিতিৰ সমূহ বিষয় ববীয়াৰ লগতে অধ্যক্ষৰ সৈতে অংশগ্ৰহণ কৰে চাফাই কাৰ্যসূচীত। আনহাতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সকলোলৈ এই পবিত্ৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar 12th Board result 2024: लड़के या लड़कियां, बिहार 12वीं बोर्ड में किसका रहा जलवा? l Toppers List
Bihar 12th Board result 2024: लड़के या लड़कियां, बिहार 12वीं बोर्ड में किसका रहा जलवा? l Toppers List
मुख्याधिकारी यांच्या लेखी आश्वासनानंतर उपोषण ऐवजी फक्त आंदोलन
बीड (प्रतिनिधी) - गेल्या दोन वर्षात दोन आंदोलने करूनही महात्मा गांधीजींच्या विचारांचे प्रतीक...
ગુજરાત પ્રદેશ કોંગ્રેસ સમિતિના ડેલિકેટ તરીકે હળવદના હેમાંગભાઈ રાવલની નિમણુંક
કોંગ્રેસના કાર્યકરોમાં ઉત્સાહ : ઠેર ઠેર થી શુભેચ્છાઓનો વરસાદ
હળવદ : ગુજરાત પ્રદેશ...