অসমৰ জনপ্ৰিয় অভিনেত্ৰী, পৰিচালক আইমী বৰুৱাই ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ সন্মান লাভ কৰি অসমৰ অভিনয় জগতৰ এক নতুন মাত্ৰা প্ৰদান কৰিলে। আইমী বৰুৱাই পৰিচালনা কৰা প্ৰথমখন ডিমাছা ভাষাৰ ছবি ছেমখৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'ৰজতকম বঁটা" লাভ কৰিছে। ছবি ছেমখৰ (Semkhor)ত কৰা অনবদ্য অভিনয়ৰ বাবে 'জুৰীৰ বিশেষ উল্লেখ' সন্মান প্ৰদান কৰা হৈছে আইমী বৰুৱাক। দুটাকৈ বঁটাৰে উজলি উঠা ছেমখৰে ৰজত কমল আৰু অভিনয় শাখাত জুৰীৰ বিশেষ সম্মান লাভ কৰা আইমী বৰুৱাক ১ আগষ্টত সাক্ষাৎ কৰি জাতীয় বস্ত্ৰ বৰণ কৰি শুভেচ্ছা জ্ঞাপন কৰিলে অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জোনাই মহকুমাত ৱাৰ্ড সদস্যক পিঠিত ডেগাৰ মাৰি হত্যাৰ চেষ্টা
জোনাই মহকুমাত ৱাৰ্ড সদস্যক পিঠিত ডেগাৰ মাৰি হত্যাৰ চেষ্টা
পশ্চিম বড়িগোগৰ পৰীক্ষা কেন্দ্ৰত কামৰূপৰ উপায়ুক্ত কীৰ্তি জ্বলি
সমগ্ৰ ৰাজ্যতে আজি অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে৷উক্ত...
Kanchenjunga Rail Accident: मिलिए उन खास लोगों से जो ट्रेन हादसे के वक्त सबसे पहले मदद के लिए पहुंचे
Kanchenjunga Rail Accident: मिलिए उन खास लोगों से जो ट्रेन हादसे के वक्त सबसे पहले मदद के लिए पहुंचे
દેવગઢબારીયા નગરપાલિકા માં વોર્ડ નંબર 1 અને વોર્ડ નંબર 4 ના સભ્યો દ્વારા હોબાળો મચાવવામાં આવ્યો
દેવગઢબારીયા નગરપાલિકા માં વોર્ડ નંબર 1 અને વોર્ડ નંબર 4 ના સભ્યો દ્વારા હોબાળો મચાવવામાં આવ્યો
એડવોકેટ ની નોટરી તરીકે નિમણૂક કરાઈ
એડવોકેટ કમલભાઈ પંડ્યાની કેન્દ્ર સરકારના નોટરી તરીકે નિમણૂંક કરાઈ