সমীপৰ জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত হৃদৰোগৰ বিনামূলীয়া চিকিৎসা শিবিৰ এটি শুক্ৰবাৰে অনুষ্ঠিত হয়। নাৰায়ণা চুপাৰস্পেচিয়েলিটি হস্পিটেল, গুৱাহাটীৰ এটি চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলে জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰে উক্ত শিবিৰটি। ডাঃ দিপু কুমাৰ সিং আৰু ডাঃ শশীন চাহাৰ নেতৃত্বত অহা চিকিৎসকৰ দলটিয়ে বৃহত্তৰ অঞ্চলটিৰ শতাধিক ৰোগীৰ চিকিৎসা কৰি ই,চি,জি, ব্লাড প্ৰেচাৰ আৰু আৰ,বি,এছৰ বিনামূলীয়া পৰীক্ষা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોટાદના રોહિશાળા- તોતનિયા પુલ પર પૂર માં ઍક બાઈક તણાઈ એક વ્યકિતનું મોત,મહામહેનતે એક વ્યક્તિનો બચાવ
બોટાદના રોહિશાળા- તોતનિયા પુલ પર પૂર માં ઍક બાઈક તણાઈ એક વ્યકિતનું મોત,મહામહેનતે એક વ્યક્તિનો બચાવ
লোকসেৱা আয়োগ
অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ প্ৰস্তুতি
অসম লোকসেৱা আয়োগৰ দ্বাৰা...
आमदार समीर कुणावार यांचे प्रयत्नामुळे अपघातग्रस्त युवकांना मिळाली तातडीची वैद्यकीय सेवा
आमदार समीर कुणावार यांचे प्रयत्नामुळे अपघातग्रस्त युवकांना मिळाली तातडीची वैद्यकीय सेवा
নিৰ্বাচন আয়োগৰ অসম সীমা নিৰ্ধাৰণৰ নিৰ্দেশ বলবৎ
আনুষ্ঠানিক অধিসূচনা অনুসৰি অসমৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ চূড়ান্ত নিৰ্দেশ বুধবাৰৰ...
ડીસા સહીત રાજ્યમાં ફરી માવઠાની આગાહી 13-14 માર્ચના રોજ ભારે પવન સાથે વરસાદની આગાહીથી ખેડૂતોમાં ચિંતા
ડીસા સહીત રાજ્યમાં હવામાન વિભાગ દ્વારા 5 અને 6 માર્ચે માવઠાની આગાહી કરાઇ હતી. જે મુજબ રાજ્યના...