আজি শাৰদীয় শ্ৰীশ্ৰী দুৰ্গাপূজাৰ বিল্ববোধন৷আজিৰ দিনটোত বেলগছৰ তলত পূজাৰ্চনা কৰি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক মূলপূজা মণ্ডপলৈ আদৰি আনে৷পুৰুহিতৰ মন্ত্ৰোচ্চাৰণ,আয়তিৰ উৰুলি,ঢোলবাদ্য আদি বিভিন্ন মাংগলিক বাদ্যযন্ত্ৰৰ বাজনা তথা আধ্যাত্মিক ভাবে দেৱীক আদৰি অনা দৃশ্য অতি মনোৰম৷আজি বিল্ববোধনৰ দিনা অন্যন্যা প্ৰান্তৰ লগতে নলবাৰী জিলাৰ উল্লেখনীয় পূজাস্থলী পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা,দেহাৰকুছিয়ো আজি মহা ষষ্ঠীৰ কাৰ্য্যসূচী ৰূপায়িত কৰে৷পূৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,ভূমিদাতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদিৰ পিচত সন্ধিয়া বন্তি প্ৰজ্বলন,বিল্ববোধনৰ বাবে শোভাযাত্ৰা,বিল্ববোধনৰ অন্তত টোপধ্বনি আৰু আটচবাজী প্ৰজ্বলনৰে ষষ্ঠীপূজাৰ কাৰ্য্যসূচী সমাপ্ত কৰে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
North Regional Council Meeting गृहमंत्री Amit Shah की अध्यक्षता में बैठक आयोजित | Aaj Tak News
North Regional Council Meeting गृहमंत्री Amit Shah की अध्यक्षता में बैठक आयोजित | Aaj Tak News
जहरीली दुल्हन का मामला - पति और ससुराल के 6 सदस्य बेहोश
** राजस्थान के बूंदी जिले में एक गंभीर घटना सामने आई है, जिसमें एक नवविवाहित दुल्हन ने...
স্বামীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু এগৰাকী
স্বামীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু এগৰাকী মহিলাৰ l ম: মণি...
Ajit Pawar Dasara Melava वर बोलताना ‘मुख्यमंत्री खोटं बोलतात’ का म्हणाले? | Shiv Sena
Ajit Pawar Dasara Melava वर बोलताना ‘मुख्यमंत्री खोटं बोलतात’ का म्हणाले? | Shiv Sena