মাজুলীত আৰক্ষীয়ে  এটা মৃতদেহ খান্দিছে ৷ 

আজি পুৱাই এডৰা বৃহৎ চুমনি ভাঙি খান্দিছে মৃতদেহটো 

বোকাফালি স্বৰ্গৰথ , আৰক্ষী , অৰ্ধসামৰিক বাহিনীৰ লোক সকলৰ গাড়ি আগবাঢ়িছে মাজুলীৰ এখন বিশেষ গাঁৱলৈ

এডৰা বৃহৎ চুমনি ভাঙি আৰক্ষীয়ে মাজুলীৰ মোৱামাৰি মিছিং  গাঁৱৰ ৰাইজৰ সহযোগত খান্দিছে মৃতদেহটো ৷

আছলতে এই দৰে আৰক্ষী , অৰ্ধসামৰিক বাহিনীৰ লোক সকলে কত, কিয় কবৰ খান্দিছে জানিবলৈ চাঁওক এই প্ৰতিবেদন ৷