শৰত কালত দুগোৎসৱৰ উদযাপন হয়। চাৰিওফালে লাখ লাখ টকা ব্যয় কৰি আতকধুনীয়া মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা। দুগোৎসৱৰ বাবে একপ্ৰকাৰে কভি'ডৰ পাছত আকৌ ব্যাপক আয়োজন। শ শ মণ্ডপ,কোটি টকীয়া সুউচ্চ বিভিন্ন আৰ্হিৰ পেণ্ডেল , পূজাৰ বজাৰত ক্ৰেতাৰ ভিৰ মুঠৰ ওপৰত এক মহাউৎসৱ। ইয়াৰ বিপৰত চবি অসমৰ এখন জিলাত নাই দুগোৎসৱৰ উছাহ।