মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা সোমবাৰে অনুষ্ঠিত হয়।উক্ত সভাত মৰাণবাসী ৰাইজ আৰু জাতিৰ স্বাৰ্থত বিভিন্ন গঠন মূলক কামৰ সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।