নলবাৰী সমষ্টিৰ অন্তৰ্গত দেহাৰকুছি গাওঁ পঞ্চায়তৰ অধীনস্থ পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা মণ্ডপ,দেহাৰকুছি প্ৰাংগনত প্ৰয়াত পিতৃমাতৃৰ পবিত্ৰ স্মৃতিত কেইবালাখো টকা ব্যয় সাপক্ষত নিৰ্মাণ কৰা এটি আটকধুনীয়া সভাঘৰ আজি দুপৰীয়া মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই আনুষ্ঠানিক ভাবে উদ্বোধন কৰে৷উল্লেখ্য যে প্ৰয়াত পিতৃ প্ৰবীন চন্দ্ৰ শইকীয়া আৰু মাতৃ পুস্পলতা শইকীয়াৰ পূণ্য স্মৃতিত সাংসদ গৰাকীৰ লগতে পৰিয়ালৰ সহযোগত উক্ত সভাঘৰটো নিৰ্মাণ কৰিছিল৷আজি উক্ত সভাঘৰটো সাংসদ গৰাকীয়ে উদ্বোধন কৰি কয় যে পিতৃমাতৃৰ স্মৃতিত সভাঘৰটো নিৰ্মাণ কৰিব পায় পৰম সন্তোষ অনুভৱ কৰিছোঁ৷উদ্বোধনী অনুষ্ঠানত মণ্ডপ পৰিচালনা সমিতিৰ বিষয়ববীয়া,পূজা পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজে সহযোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Raamdeo Agrawal Exclusive | क्या जल्दबाजी में पैसा कमाने के चक्कर में कंपनियों में हो रही है गड़बड़?
Raamdeo Agrawal Exclusive | क्या जल्दबाजी में पैसा कमाने के चक्कर में कंपनियों में हो रही है गड़बड़?
Vivo X100 Ultra, X100s और X100s Pro की होने जा रही धमाकेदार एंट्री, इस दिन होंगे लॉन्च
वीवो अपने ग्राहकों के लिए तीन नए स्मार्टफोन Vivo X100 Ultra X100s और X100s Pro लाने जा रहा है। इन...
મહેસાણાથી અમદાવાદ જતા કલોલ હાઇવે પર ગાય આવતા અકસ્માત, એરબેગ ખુલી જતાં ચાલકનો આબાદ બચાવ
કલોલ નેશનલ હાઇવે નંબર 8 ઉપર ગઈકાલ રાત્રિના કારચાલકના રસ્તામાં ગાય આવતા અકસ્માત સર્જાયો હતો....
मराठा आरक्षण आणि विविध मागण्या संदर्भात काय म्हणाले मुख्यमंत्री एकनाथ शिंदे पहा
मराठा आरक्षण आणि विविध मागण्या संदर्भात काय म्हणाले मुख्यमंत्री एकनाथ शिंदे पहा
বান সাহাৰ্য্যৰ নামত গাঁও প্ৰধানৰ দুৰ্নীতি, শতাধিক পুৰুষ-মহিলাৰ কঞাঁ ৰাজহচক্ৰত হাল্লাবোল
ৰঙিয়া মহকুমাৰ কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত বৰডোঙা বটাঁকুছিৰ গাওঁ প্ৰধান আনোৱাৰা আহমেদাৰ বিৰুদ্ধে বিগত...