সোণাৰি পৌৰসভাত ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰা হ'ব আগন্তুক দিনত। বৰ্তমানৰ ১৬ টা ৱাৰ্ডৰ পৰিবৰ্তে ২০ টালৈ বৃদ্ধি কৰা হ'ব পৌৰসভাৰ ৱাৰ্ডৰ সংখ্যা। কিন্তু তাৰ পূৰ্বে বৰ্তমানৰ ৱাৰ্ডসমূহত উন্নয়নৰ আঁচনি গ্ৰহণ কৰা হৈছে। এই মন্তব্য সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। পৌৰসভাৰ উন্নয়ন সন্দৰ্ভত সুধা এক প্ৰশ্নৰ উত্তৰত তেখেতে কয়, শীঘ্ৰেই সোণাৰি নগৰৰ জনসাধাৰণক গেছ পাইপ লাইনৰ সুবিধা প্ৰদান কৰা হ'ব। পৌৰসভাৰ অন্তৰ্গত ৰাস্তাসমূহ বহলকৈ নিৰ্মাণ কৰা লগতে নলাসমূহ নিৰ্মাণৰ জৰিয়তে কৃত্ৰিম বান ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে আৰু কি কি আঁচনি ৰূপায়ন কৰিলে অধিক উন্নয়ন হ'ব এই সন্দৰ্ভত মাষ্টাৰ প্লেন তৈয়াৰ কৰি থকা হৈছে বুলি মন্তব্য বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
iOS 18 Beta 5: Apple ने डेवलपर्स के लिए नया बीटा अपडेट किया रिलीज, ब्राउजिंग का बदल जाएगा अंदाज
टेक कंपनी एपल ने कुछ हफ्तों पहले ही iOS 18 beta 4 अपडेट रिलीज किया था। इसी कड़ी में डेवलपर्स के...
જેતપુર બની ખાડામય નગરી | Gujarat First
જેતપુર બની ખાડામય નગરી | Gujarat First
પી.એમ.ના રોડ શો વિષે શું કહ્યું મંત્રી અરવિંદ રેયાણીએ જાણો
પી.એમ.ના રોડ શો વિષે શું કહ્યું મંત્રી અરવિંદ રેયાણીએ જાણો
शहरी भागात नियमित लसीकरणासोबतच संबंधित सेवांची प्रभावी अंमलबजावणी करा ......
षण्मुगराजन एस.
ग्रामीण भागाच्या तुलनेत शहरी भागात लसीकरणाचे प्रमाण कमी आहे. तसेच संबंधीत सेवाही पूर्णपणे...