চিলাপথাৰৰ সাৰ্বজনীন পুজা কমিটিয়ে এইবাৰ ৫৪ তম বৰ্ষত ভৰি দিলে । নগৰখনৰ লিকাবালি ৰ'ড , কৃষ্ণ মন্দিৰৰ সমীপৰ সাৰ্বজনীন পুজা সমিতিয়ে এইবাৰ কেদাৰনাথ মন্দিৰৰ আৰ্হিৰে আটকধুনীয়া কৈ নিৰ্মাণ কৰা পুজা মণ্ডপ চাবলৈ এতিয়া স্হানীয় ৰাইজে ভীৰ কৰা পৰিলক্ষিত হৈছে । বিগত দুটা বছৰ ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত একপ্ৰকাৰ স্থবিৰ হৈ পৰা উৎসৱ-পাৰ্বণ বোৰৰ দৰে শাৰদীয় দুৰ্গা পূজাই ও যেন পুনৰ প্ৰাণ পাই উঠিছে । অন্যান প্ৰান্তৰ লগতে এইবাৰ চিলাপথাৰটো দেখা গৈছে শাৰদীয় দুৰ্গা পুজাক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা । চিলাপথাৰ এলেকাত প্ৰায় অৰ্ধ কুৰিখন পুজা মণ্ডপ ইতিমধ্যে আটকধুনীয়া কৈ সজাই তুলিছে স্হানীয় নিজা কমিটি সমূহে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ মিৰিহোলা নামঘৰত চুৰিকাণ্ড
মৰাণ মিৰিহোলা নামঘৰত চুৰিকাণ্ড
Sushma Andhare यांच्यावर गुन्हा दाखल होताच दिलं उत्तर | Bhaskar Jadhav यांच्यावरही गुन्हा दाखल
Sushma Andhare यांच्यावर गुन्हा दाखल होताच दिलं उत्तर | Bhaskar Jadhav यांच्यावरही गुन्हा दाखल
जम्मू में अकेले चुनाव लड़ेगी भाजपा,अपनी पार्टी के जुल्फकार BJP में शामिल
भाजपा अगले हफ्ते से जम्मू-कश्मीर में चुनाव प्रचार की शुरुआत कर सकती है। पीएम मोदी, गृह मंत्री...
मुख्तार अंसारी की मौत के बाद आजमगढ़ में भी अलर्ट।
जनपद आजमगढ़ में,मुख्तार अंसारी की मौत के बाद आजमगढ़ में भी अलर्ट। मालूम होकि जनपद आजमगढ़ में,माफिया...