শৰৎ আগমনৰ লগে লগে শাৰদীয় দুৰ্গোৎশৱ। এই উৎসৱৰ বাবে ৰাজ্যেৰ চাৰিওফালে ব্যস্ত পেণ্ডেল শিল্পী সকল। যেন এক অভিনৱ প্ৰতিযোগিতা। দেৱী দূর্গাৰ পূজা উপলক্ষে এইবাৰ হোজাই স্থিত গান্ধীময়দাম বজাৰত দেখিবলৈ পূজা যাব মহা মৃত্যুঞ্জই মন্দিৰৰ আৰ্হি। প্ৰায় 7 লাখ টকা ব্যয় ৰে নিৰ্মাণ কৰা হৈছে এই অস্থায়ী মন্দিৰটো।হোজাই দবকা অঞ্চলৰ শিল্পী সকলে নিৰ্মাৰ কাম প্ৰায় 90 % সম্পূৰ্ন হৈছে বুলি জনায়। পূজা আৰম্ভ হোৱাৰ আগতেই 100% সম্পূৰ্ণ হব । এই মন্দিৰৰ কাম। প্ৰায় মহা মৃত্যুঞ্জই মন্দিৰৰ হুবহু ৰূপত দেখিবলৈ পোৱা যাব এই অস্থায়ী মন্দিৰটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં આમ આદમી પાર્ટીના કાર્યકરોએ નાયબ કલેક્ટરને આવેદનપત્ર આપ્યું
લોકસભામાં બે લોકોની ઘૂસણખોરી સામે વિરોધ દર્શાવતા વિપક્ષના સંસદ સભ્યોને સસ્પેન્ડ કરવા મામલે આજે...
ৰহা সৃজনী স্বৰ সাধনালয়ে প্ৰতিষ্ঠা দিৱস ২১মাৰ্চত প্ৰদান কৰিব সৃজনী সাধনা বঁটা ২০২৬
ৰহা সৃজনী স্বৰ সাধনালয়ে অহা ২১মাৰ্চত চতুৰ্থ প্ৰতিষ্ঠা দিৱস প্ৰদান কৰিব সৃজনী সাধনা বঁটা২০২৬...
Upcoming EVs in 2024: अफोर्डेबल प्राइस और जबरदस्त रेंज के साथ एंट्री मारेंगी ये इलेक्ट्रिक कार, देखिए लिस्ट
Maruti Suzuki अपनी eVX एसयूवी के साथ इलेक्ट्रिक कार मार्केट में एंट्री मारेगी और इसके 2024 के अंत...