ছিপাঝাৰ পৌৰসভাই আৰম্ভ কৰিলে মাছুল সংগ্ৰহৰ অভিযান। আজি ৩০/৯/২০২২ তাৰিখে বাছ , মেজিক , ই- ৰিক্সা, অটো আদিৰ মাছুল সংগ্ৰহৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে একাংশ ৰাইজৰ লগতে ৰাইজৰ লগতে মুখ্য কাৰ্য্যবাহী বিষয়া ( ছিপাঝাৰ পৌৰসভা ), ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ( ছিপাঝাৰ আৰক্ষী থানা ), লগতে পৌৰপতি , উপ -পৌৰপতি , খণ্ড আয়ুক্তসকল । পৌৰসভা এলেকাৰ উন্নয়নমূলক কাম-কাজৰ বাবে সংগ্ৰহ কৰা হ'ব এই মাছুল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ফটিকাছোৱাো নেপালী গাওঁৰ নামঘৰৰ বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰে
ফটিকাছোৱাো নেপালী গাওঁৰ নামঘৰৰ বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰে
Delhi Politics: AAP ने उठाया Kejriwal की सुरक्षा का मुद्दा, Sanjay Singh ने BJP पर साधा निशाना
Delhi Politics: AAP ने उठाया Kejriwal की सुरक्षा का मुद्दा, Sanjay Singh ने BJP पर साधा निशाना
AHMEDABAD : આમ આદમી પાર્ટી નેશનલ જોઇન્ટ સેકેટ્રી શ્રી ઇન્દ્રનીલ રાજગુરુ મહત્વ live press conference
AHMEDABAD : આમ આદમી પાર્ટી નેશનલ જોઇન્ટ સેકેટ્રી શ્રી ઇન્દ્રનીલ રાજગુરુ મહત્વ live press...