●গোলাঘাট নাহৰবাৰীত ভয়ংকৰ পথ দুঘটনাৰ।

●এখন এলট গাড়ীয়ে এখন চাইকেল আৰুহীক পিছ ফালৰ পৰা খুণ্ডা মাৰি প্ৰায় ছশ মিটাৰ চুচুৰাই লৈ যায়। 

● ঘটনাৰ পাছতেই এলট্ৰ গাড়ীৰ চালক পলায়ন কৰে। 

●আহত মিলন দাস নামৰ ব‍্যক্তি জনক সংকট জনক অৱস্থাত স্থানীয় ৰাইজে গোলাঘাট শ্বহীদ কোশল কোঁৱৰ চিকিৎসালয়ত ভত্তি