Golaghat Drugs Two Arrest 

Breaking___

##গোলাঘাট নগৰৰ শান্তিপুৰত আৰক্ষীৰ অভিযান।খেদি খেদি কৰায়ত্ব কৰিলে ড্ৰাগছ সহ দুটাকৈ ড্ৰাগছ বেপাৰীক। স্হানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰা দুটা ধৃতৰ নাম 

আছাদুৰ ৰহমান আৰু ইছমাইল আলী। দুয়োটাৰে ঘৰ ৰঙাজান গ্ৰান্টত।

##এখন স্কুটীৰে ড্ৰাগছ সৰবৰাহ কৰি বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি কৰায়ত্ব কৰিব চেষ্টা চলাওতে পলায়ন কৰে দুয়োটাই যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম