ত্ৰয়োদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ আৰু মেৰামতি কৰা সোণাৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় গৃহটি আজি শুভ উদ্বোধন কৰা হয়। কাৰ্যালয় গৃহটিৰ শুভ উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি সভাও অনুষ্ঠিত হয়। সোণাৰি উন্নয়ন খণ্ডৰ খন্ড উন্নয়ন বিষয়া ৰেনু দেউৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া বিদিত দাস, বিজেপিৰ ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ, আঞ্চলিক পঞ্চায়তৰ সভাপতি সঞ্জীৱ বিশ্বাস, জিলা পৰিষদৰ সদ্য বিদায়ী সহকাৰী অভিযন্তা সোনাৰাম বৰুৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি। আনহাতে দক্ষ, নিষ্ঠাবান বিষয়া সোনাৰাম বৰুৱাৰ বিদায় ক্ষনত উপস্থিত থাকি তেখেতক বিদায় সম্ভাষন জনোৱাৰ লগতে সু-স্বাস্থ্য কামনা কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উত্তৰ গুৱাহাটী আমিনগাঁৱত ৰক্ষা বন্ধন উৎসৱ দুদিনীয়াকৈ উদযাপন
উত্তৰ গুৱাহাটী আমিনগাঁৱত ৰক্ষা বন্ধন উৎসৱ দুদিনীয়াকৈ উদযাপন
तलवास की बालिकाओं ने तहसील- जिला स्तर पर प्रथम स्थान पाया
बूंदी। विभागीय निर्देशानुसार राजकीय उच्च माध्यमिक विद्यालय, तलवास में विद्यालय स्तर पर किशोरी...
बिरसा मुंडा जयंती निमित्त जनजातीय गौरव दिन साजरा...
बिरसा मुंडा जयंती निमित्त जनजातीय गौरव दिन साजरा.
दि.15/11/2022. ...
ડીસામાં ઇલેક્ટ્રીક ટુ-વ્હીલરમાં આગ ભભૂકી ઉઠતાં લોકોમાં દોડધામ
બનાસકાંઠાના ડીસામાં આજે ભરચક વિસ્તારમાં પાર્ક કરેલ ઈલેક્ટ્રીક ટુ વહીલરમાં આકસ્મિક આગ લાગી હોવાની...