ভকতিদুৱাৰ পানীখাটি মীন পামৰ পাৰত সেউজী আত্ম সহায়ক গোটে গঢ়ি তুলিছে কৃষি বিপ্লব।
উজনি মাজুলীৰ ঐতিহ্যমণ্ডিত অন্যতম বিল হল পানীখাটী ৷
ভকতিদুৱাৰ গাঁৱৰ অধিনত থকা এই পানীখাটী ৰাজহুৱা পুখুৰিটোক উপাৰ্জনৰ আহিলা হিচাপে গ্ৰহণ কৰিছে সেউজী আত্মসহায়ক গোটে ৷
গোটটোৱে এই বৃহৎ ফিচাৰী টোৰ পাৰত কেৰেলা , জিকা,জাতিলাও, জলকীয়া , মুলা ,টিয়হৰ খেতি কৰি স্বৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দশন তুলি ধৰিছে।
যতিন খাউণ্ড , গোবিন খাউণ্ড, দেৱজিৎ খাউণ্ড আৰু প্ৰাঞ্জল খাউণ্ড নামৰ যুৱক কেইজনে তুলি ধৰিছে নিৰ্দশন