গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে ইতিমধ্যে ব্যাপক যো-জা আৰম্ভ হৈছে। অহা ৯ -১১ অক্টোবৰলৈ উদযাপিত হ’বলগীয়া মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি অহা ৭ অক্টোবৰত মহাবিদ্যালয়ৰ চৌহদত এখনি দেৱাল চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাভিত্তিত আয়োজন কৰা এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব। সোণালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰতিযোগিতা উপসমিতিৰ দ্বাৰা আয়োজিত এই দেৱাল চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ বাবে 'পৰিবেশ সংৰক্ষণ' আৰু 'ভাৰতীয় সংস্কৃতি' এই দুটা বিষয় ধৰি দিয়া হৈছে। চিত্ৰাঙ্কনৰ বাবে প্ৰয়োজনীয় ৰং আয়োজক সমিতিৰ পৰাই যোগান ধৰা হ'ব। প্ৰাইজমানি ভিত্তিত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ ক্ৰমে প্ৰথম পুৰস্কাৰ ৭০০০, দ্বিতীয় ৫০০০ আৰু তৃতীয় ৩০০০ টকা। ইচ্ছুক প্ৰতিযোগীসকলে ৯৪০১১১৪৪৫০, ৯৪৩৫৪৮৮৪৮২ আৰু ৮২৫৫০৮১৮০২ নম্বৰত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
One Nation One Election: 'एक देश, एक चुनाव' पर विपक्षी नेताओं ने कह दी बड़ी बात, सुनिए | Aaj Tak
One Nation One Election: 'एक देश, एक चुनाव' पर विपक्षी नेताओं ने कह दी बड़ी बात, सुनिए | Aaj Tak
5G Users In India: 4G यूजर की तुलना में 3.6 गुना अधिक डेटा की खपत कर रहे हैं 5जी यूजर
5G Users In India नोकिया की मोबाइल ब्रांडबैंड इंडेक्स रिपोर्ट के अनुसार 2023 में कुल डेटा ट्रैफिक...
આપ ખેડા જિલ્લાના મહામંત્રી દિલીપ ગઢવી એ આપ પાર્ટી પર લગાવ્યા સનસનીખેજ આક્ષેપ
આપ ખેડા જિલ્લાના મહામંત્રી દિલીપ ગઢવી એ આપ પાર્ટી પર લગાવ્યા સનસનીખેજ આક્ષેપ
ઉપરવાસમાં ભારે વરસાદ થતાં દાંતીવાડા ડેમના 6 દરવાજા ખોલાયા
બનાસકાંઠા જિલ્લામાં અને દક્ષિણ રાજસ્થાનમાં સારા વરસાદને લીધે દાંતીવાડા બંધમાં સારા પ્રમાણમાં...
Hair Fall, Dandruff, Premature Greying & Hair Loss Control: Best Hair Oil
Hair Fall, Dandruff, Premature Greying & Hair Loss Control: Best Hair Oil