ছিপাঝাৰৰ বিজুলীবাৰীত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড আজগৰ।প্ৰাগ বছিমি চিন্থেটিকচ্ লিমিটেডৰ দাঁতিকাষত উদ্ধাৰ কৰা হৈছে এই অজগৰ।

কুৰুৱা বনানঞ্চলিক বিষয়া কৰ্মচাৰীৰ দ্বাৰা উদ্ধাৰ কৰা হয় প্ৰায় 17 ফুট দৈঘ্যৰ অজগৰটো

অজগৰটোক চোৱাৰ বাবে বহু লোকে ভিৰ কৰে।