গোলাঘাট নগৰত গছ কটা অভিযানৰ বিৰুদ্ধে স্বতস্ফূৰ্তভাৱে ওলাই আহিল গোলাঘাটৰ নাগৰিক সমাজ। আজি গোলাঘাট নগৰৰ পৌৰসভা সভা কাৰ্যালয়ৰ সন্মুখত গোলাঘাটৰ নাগৰিক সমাজ একাধিক দল-সংগঠন, ছাত্ৰ সংগঠনৰ বিষয়ববীয়া একত্ৰিত হৈ গোলাঘাট নগৰত উন্নয়নৰ নামত যধে-মধে গছ কাটি তহিলং কৰা কাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। গছ থাকিলেহে মানুহ থাকিব, আমাক উশাহ দিয়া গছ ৰক্ষা কৰক, চৰাই-চিৰিকটিৰ আশ্ৰয়স্থলী গছ-গছনি বচাওক শ্ল’গান সম্বলিত বেনাৰ প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰবীণ সাংবাদিক, প্ৰাক্তন আছু কৰ্মী, জ্যেষ্ঠ নাগৰিক আৰু কেইবাটাও ছাত্ৰ সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દરિયાપુર બોર્ડના કાઉન્સિલર માધુરી કલાપી નાSVPહોસ્પિટલમાં થયો કરવા અનુભવ #bjp #amc #congress #
દરિયાપુર બોર્ડના કાઉન્સિલર માધુરી કલાપી નાSVPહોસ્પિટલમાં થયો કરવા અનુભવ #bjp #amc #congress #
मराठवाडा शिक्षक संघाच्या वतीने विविध मागण्यासाठी जिल्हाधिकारी कार्यालयावर भव्य मोर्चा
●शिक्षकांनी मोठ्या संख्येने सहभागी होण्याचे नायगाव तालुका संघाचे आव्हान
नांदेड (आप्पासाहेब गोरे) राज्यातील दिशाहीन होत चाललेले शैक्षणिक धोरण यामुळे शिक्षकांवर...
દાહોદમાં વિદ્યાર્થીઓ માટે પુસ્તકો વિનામૂલ્યે વિતરણનો કાર્યક્ર્મ યોજાયો 2022 | Spark Today News
દાહોદમાં વિદ્યાર્થીઓ માટે પુસ્તકો વિનામૂલ્યે વિતરણનો કાર્યક્ર્મ યોજાયો 2022 | Spark Today News
Abdullahs, Muftis joined hands with Pak ISI to torture Kashmiri Pandits : Chugh
BJP national general secretary Tarun Chugh today blamed the Abdullah and Mufti families for the...