২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ।এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে। উল্লেখ্যে যে মুখ্যমন্ত্ৰীয়ে সদগুৰুক লৈ উদ্যান মুকলি কৰাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।কাজিৰঙাৰ পৰ্যটন ব্যৱসায় তথা পৰ্যটকসকলৰ মাজতো কাজিৰঙা মুকলিক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।অৱশেষত সকলো বিতৰ্ক আৰু বিভ্ৰান্তি আতৰ কৰি ২ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয উদ্যানখন মুকলি কৰাৰ কথা প্ৰকাশ কৰে এম কে যাদৱে।এতিয়া পৰ্যটকক আদৰিবলৈ সাজু হৈছে সকলো।স্মৰ্তব্য যে সদ্যহতে জীপ চাফাৰী মুকলি হ'ব যদিও নবেম্বৰ মাহৰ পহিলা তাৰিখৰ পৰাহে হাতী চাফাৰী মুকলি হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હિમતનગરના કાંકરોલ પાસે ટવેરા કારમાંથી ૬૨ હજારનો વિદેશી દારૂ સાથે એક ઝડપાયો
સાબરકાંઠા જીલ્લાના હિમતનગર ના કાંકરોલ પાસે મંગળવારે રાત્રે LCB એ ટવેરા કાર માંથી વિદેશી દારૂ સાથે...
सामूहिक सुझावों के आधार पर तय हो विकास की प्राथमिकता : बिरला
संसदीय क्षेत्र कोटा-बून्दी के प्रवास को दौरान लोकसभा अध्यक्ष ओम बिरला ने मंगलवार को बून्दी व...
मोटरसाइकिल फिसलने से घायल युवक की इलाज के दौरान मौत
शहर के कैथूनीपोल इलाके में रेतवाली इलाके में मोटरसाइकिल फिसलने से घायल युवक की मौत हो गयी।पुलिस...
চহা কবি জীৱন দলেৰ"সোণালী চুলিৰ ছাঁ" উন্মোচন।
চহা কবি জীৱন দলেৰ"সোণালী চুলিৰ ছাঁ" উন্মোচন।
এগৰাকী চহা কাব্য স্ৰষ্টা । মিচিং জনগোষ্ঠীৰ...
રાધનપુર જુનિયર ક્લાર્કની પરીક્ષા આપવા જતા વિદ્યાર્થિઓ ફસાયા | SatyaNirbhay News Channel
રાધનપુર જુનિયર ક્લાર્કની પરીક્ષા આપવા જતા વિદ્યાર્થિઓ ફસાયા | SatyaNirbhay News Channel