২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ।এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে। উল্লেখ্যে যে মুখ্যমন্ত্ৰীয়ে সদগুৰুক লৈ উদ্যান মুকলি কৰাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।কাজিৰঙাৰ পৰ্যটন ব্যৱসায় তথা পৰ্যটকসকলৰ মাজতো কাজিৰঙা মুকলিক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।অৱশেষত সকলো বিতৰ্ক আৰু বিভ্ৰান্তি আতৰ কৰি ২ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয উদ্যানখন মুকলি কৰাৰ কথা প্ৰকাশ কৰে এম কে যাদৱে।এতিয়া পৰ্যটকক আদৰিবলৈ সাজু হৈছে সকলো।স্মৰ্তব্য যে সদ্যহতে জীপ চাফাৰী মুকলি হ'ব যদিও নবেম্বৰ মাহৰ পহিলা তাৰিখৰ পৰাহে হাতী চাফাৰী মুকলি হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মহালয়া উপলক্ষে শোভাযাত্ৰা মৰিগাঁও সাৰ্বজনীন শ্ৰীশ্ৰী দূৰ্গা পূজা উৎসৱ উদযাপন সমিতিৰ
সোণালী জয়ন্তী বৰ্ষ গৰকা মৰিগাঁও সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা উৎসৱ উদযাপন সমিতিৰ ভক্তপ্ৰাণ ৰাইজে...
कश्मीर हमले का चश्मदीद बोला- दो आतंकी शॉल ओढ़कर आए:मेस में खाना खा रहे मजदूरों को मारा
जम्मू-कश्मीर के गांदरबल में 20 अक्टूबर को हुए आतंकी हमले का चश्मदीद सामने आया है। चश्मदीद ने...
Bajaj Finance Q2 Result Impact | क्या इस तिमाही में नजर आई ग्रोथ, आकंड़ों से कितना खुश हुआ बाजार?
Bajaj Finance Q2 Result Impact | क्या इस तिमाही में नजर आई ग्रोथ, आकंड़ों से कितना खुश हुआ बाजार?