এইবাৰ উৎকোচ লৈ আৰক্ষীৰ হাততে গ্ৰেপ্তাৰ হল আৰক্ষী । মৰিগাঁৱৰ লাহৰীঘাট থানাৰ ASI অম্বিক কুমাৰ নাথে থানাত ৰুজু হোৱা গোচৰৰ পৰা অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ নামত বিচাৰিছিল উৎকোচ । উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰা পেলায় লাহৰীঘাট আৰক্ষী থানাত কৰ্মৰত ASI অম্বিক কুমাৰ নাথক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોતરવાડા થી ગેળા સુધી પગપાળા યાત્રા BANAS LIVE NEWS
કોતરવાડા થી ગેળા સુધી પગપાળા યાત્રા BANAS LIVE NEWS
Mahindra & Mahindra का 2029 तक 2 लाख Electric Car बनाने का प्लान, जल्द पेश किए जाएंगे ये मॉडल
Mahindra Mahindra कंपनी का अनुमान है कि 2030 तक कुल वॉल्यूम में ईवी की हिस्सेदारी 30 फीसदी होगी।...
'ಬಿಪೊರ್ ಜಾಯ್' ಚಂಡಮಾರುತದ ಹಿನ್ನೆಲೆ ವೈಮಾನಿಕ ಸೇವೆಯಲ್ಲಿ ವ್ಯತ್ಯಯ
'ಬಿಪೊರ್ ಜಾಯ್' ಚಂಡಮಾರುತ ತೀವ್ರ ಸ್ವರೂಪ ಪಡೆದಿದ್ದು, ಮಹಾರಾಷ್ಟ್ರ ರಾಜ್ಯದ ಮುಂಬೈ ಹಾಗೂ ಗುಜರಾತ್ ನ ಕರಾವಳಿ...
তিনিচুকীয়াৰ থানা চাৰিআলিত অঘটন, কথমপি প্ৰাণৰক্ষা
তিনিচুকীয়াৰ থানা চাৰিআলিত সংঘটিত হৈছে এক অঘটন, কথমপি চালকৰ সাৱধানতাৰ কাৰণে প্ৰাণৰক্ষা পৰে এজনৰ ৷...