আজাদী কা অমৃত মহোৎসৱ" ৰ লগত সংগতি ৰাখি আজি ভাৰতীয় ষ্টেট বেংক সোণাৰী শাখাত "পেঞ্চনাৰ সকলৰ সৈতে এটি দিন" উদযাপন কৰা হয় | আজিৰ এই সভাত মূখ্য অতিথি হিচাপে ভাগ লৈ ভাৰতীয় ষ্টেট বেংক, যোৰহাট মণ্ডলৰ উপ মহা প্ৰবন্ধক শ্ৰী জিতেন্দ্ৰ কান্ত ঠাকুৰ ই বক্তব্য আগবঢ়াই পেঞ্চনাৰ সকলক বেংকে আগবঢ়োৱা বিভিন্ন সেৱাৰ বিষয়ে অৱগত কৰে | সভাত উপস্থিত থাকি চৰাইদেও জিলাৰ চিনিয়ৰ চিটিজেন সম্মিলন ৰ সম্পাদক শ্ৰী ললিত ফুকন, চৰাইদেও জিলা অৱসৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদৰ সভাপতি শ্ৰী ৰবি ঘোষ, চৰাইদেও জিলাৰ পেঞ্চনাৰ সন্থা জিলা সমিতিৰ সহ সাঃ সম্পাদক শ্ৰী মনি ৰাম গগৈ আৰু বেংক শাখাটোৰ মূখ্য প্ৰবন্ধক শ্ৰী সুনিত মজুমদাৰে পেঞ্চন সম্বন্ধীয় বক্তব্য আগবঢ়ায় | বেংক শাখাটোৰ কৰ্মচাৰী আশ্ৰফ আহমেদে অনলাইন জালিয়াতিৰ পৰা কিদৰে ৰক্ষা পাব পাৰি এই বিষয়ে পেঞ্চনাৰ সকলক অৱগত কৰে | উল্লেখযোগ্য যে, ভাৰতীয় ষ্টেট বেংকে ভাৰত চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১ আগষ্ট ২০২২ ৰ পৰা ১২ আগষ্ট ২০২২ লৈকে গ্ৰাহক সকলক লৈ এলানি কাৰ্যসুচী হাতত লৈছে | ইয়াৰ ভিতৰত পেঞ্চনাৰ মিট, চিকিৎসকক সম্বৰ্ধনা, বিশিষ্ট চৰকাৰী বিষয় ববীয়াৰ সম্বৰ্ধনা ইত্যাদি উল্লেখযোগ্য | সভা খনতে ভাৰতীয় ষ্টেট বেংকৰ ষ্টাফ পেঞ্চনাৰ তথা স্থানীয় সমাজ সেৱক মানিক কোৱঁৰৰ অকাল বিয়োগত গভীৰ শোঁক প্ৰকাশ কৰে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સોજીત્રા શહેરના ક્ષેમ કલ્યાણી માતાજી મંદિરે લોકમેળો ભરાયો
સોજીત્રા શહેરમાં વર્ષોની ક્ષેમ કલ્યાણી માતાજી મંદિરે પરંપરા મુજબ ગણેશ વિસર્જનના બીજા દિવસે...
विपक्ष के वॉकआउट पर राज्यसभा के सभापति ने जताई नाराजगी
केंद्रीय बजट के खिलाफ विपक्षी सांसदों द्वारा राज्यसभा से वॉकआउट किए जाने पर सदन के अध्यक्ष जगदीप...
ભાભરમાં રખડતા ઢોરોનો ત્રાસ | SatyaNirbhay News Channel
ભાભરમાં રખડતા ઢોરોનો ત્રાસ | SatyaNirbhay News Channel
ગોધરા: ગોન્દ્રા ગુજરાતી મિશ્ર શાળા ખાતે ૭૬માં સ્વાતંત્ર્ય પર્વની ઉજવણી કરવામાં આવી.
ગોધરા શહેરમાં ગોન્દ્રાવિસ્તારમાં આવેલી ગુજરાતી મિશ્ર શાળા ખાતે ૭૬માં સ્વતંત્ર પર્વે એટલે કે ૧૫મી...
Sehat Talk with Isha Bhatia Sanan, Ep. 18: Which is the best superfood for brain?
Sehat Talk with Isha Bhatia Sanan, Ep. 18: Which is the best superfood for brain?