অব্যাহত আছে মুখ্যমন্ত্ৰীয়ে সদগুৰুক লৈ কাজিৰঙাত নৈশ চাফাৰী কৰাক লৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীক সমালোচনা কৰা সকলক এইবাৰ উভতি ধৰিছে পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।বৰুৱাৰ মতে ২০০৮ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেওৰ পুত্ৰ গৌৰৱ গগৈৰ লগতে বহু মুধাফুটা সাংবাদিকে কাজিৰঙাৰ অন্তৰ্ভাগত বাহৰ পাতিছিল। এই সকলো তথ্য মন্ত্ৰীজনৰ লগত থকাৰ কথা প্ৰকাশ কৰে।তেওৰ মতে মুখ্যমন্ত্ৰীয়ে সদগুৰুক লৈ নৈশ চাফাৰী কৰাত একো বিতৰ্ক কৰিবলগীয়া নাই। জয়ন্তমল্লৰ মতে গুৱাহাটীত একাংশই এচি ৰূমত বহি সমালোচনা কৰি আছে। তেওলোকে প্ৰকৃততে কাজিৰঙাৰ বিষয়ে একো নাজানে।কাজিৰঙাক লৈ নেতিবাচক বাতৰি কৰাতকৈ ইতিবাচক বাতৰি কৰিব লাগে বুলি সাংবাদিকক নীতিশিক্ষা জয়ন্ত মল্ল বৰুৱাৰ। উল্লেখ্যে যে দিনজোৰা কাৰ্যসূচীৰে মংগলবাৰে কাজিৰঙাত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajasthan Elections: 'राजनीति के राहु-केतु हैं कांग्रेस और गांधी परिवार', शाह बोले- देश पर आए ग्रहणों का कारण बनी पार्टी
केंद्रीय गृह मंत्री अमित शाह ने राजस्थान के पाली में एक चुनावी रैली को संबोधित करते हुए कांग्रेस...
Jalore में 36 क़ौम का प्रदर्शन, आरोपी छैल सिंह के लिए मांगा न्याय!
Jalore में 36 क़ौम का प्रदर्शन, आरोपी छैल सिंह के लिए मांगा न्याय!
જૈન સમાજના પર્યુષણ મહાપર્વ પ્રસંગે તપસ્વીઓ ના પારણાં
જૈન સમાજના પર્યુષણ મહાપર્વ પ્રસંગે તપસ્વીઓ ના પારણાં
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
Nitesh Rane not listen to his father? | 'नितेश राणे रात्रीचं पत्र लिहतात का?', पत्राचं प्रकरण काय?
Nitesh Rane not listen to his father? | 'नितेश राणे रात्रीचं पत्र लिहतात का?', पत्राचं प्रकरण काय?