◾GFR য়ে দেশত জনসংখ্যাৰ ঘাটিৰ দিশটো সূচায়। ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ প্ৰতি ১০০০ মহিলাৰ বিপৰীতে জি এফ আৰ হৈছে প্ৰজনন ক্ষমতাৰ হাৰ।
◾যোৱা এটা দশকত ভাৰতীয়সকলৰ মাজত সাধাৰণ উৰ্বৰতাৰ হাৰ (GFR) ২০ শতাংশ হ্ৰাস পাইছে। ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ প্ৰতি ১০০০ মহিলাৰ প্ৰজনন ক্ষমতাৰ হাৰ হৈছে জি এফ আৰ।
◾২০০০ চনত নমুনা পঞ্জীয়ন ব্যৱস্থাই প্ৰদান কৰা তথ্য অনুসৰি ২০০৮ চনৰ পৰা ২০১০ চনলৈ তিনি বছৰত ভাৰতৰ জি এফ আৰ আছিল ৮৬.১ শতাংশ, যিটো ২০১৮-২০ চনত ৬৮.৭ শতাংশলৈ হ্ৰাস পাইছে। দেশৰ গ্ৰাম্য অঞ্চলত মুঠ উৰ্বৰতাৰ হাৰ ২০.২ শতাংশ আৰু চহৰ অঞ্চলত জি এফ আৰ ১৫.৬ শতাংশ হ্ৰাস পাইছে।
◾ঘাটিয়ে দিশটো আঙুলিয়াই দিয়ে, যিটো এই দেশত কিছু সকাহৰ কথা। জি এফ আৰৰ উঠা-নমা বহু পৰিমাণে নিৰ্ভৰ কৰে মহিলাসকলে কম বয়সত বিবাহপাশত আবদ্ধ হোৱা, শিক্ষাৰ প্ৰতি তেওঁলোকৰ অধিক আগ্ৰহ, আৰু বজাৰত গৰ্ভনিৰোধক ঔষধৰ ব্যাপক উপলব্ধতাৰ ওপৰত।