নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী চকীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজিৎ কাঠাৰক আজি বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাই৷উল্লেখ্য যে আজি বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে আৰক্ষী চকীটোত উপস্থিত হৈ বিষয়া গৰাকীক আদৰণি জনাই৷আছুৰ আদৰণিত বিষয়া গৰাকী আপ্পুট হৈ ধন্যবাদ জনাই৷আনহাতে আছুৰ দলটোৱে আৰক্ষী চকীটোৰ অন্তৰ্গত সকলো ঠাইতে যাতে কোনো অসামাজিক কামকাজ সংঘটিত নহয় তাৰবাবে দৃষ্টি ৰাখিবলৈ আহ্বান জনাই আৰু এইক্ষেত্ৰত আছুৱে সহায় কৰি য়াব বুলি আশ্বাস দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कापरेन मे सूने मकान मे हुई नकबजनी की वारदात में शामिल आरोपी को किया गिरफ्तार
जिला पुलिस अधीक्षक हनुमान प्रसाद ने कस्बा कापरेन में 01 साल पहले हुए नकबजनी की घटना को...
Elections 2024: नामांकन दाखिल करने के बाद कन्हैया कुमार ने निकला रोड शो, कार्यकर्ताओं का जोश हाई
Elections 2024: नामांकन दाखिल करने के बाद कन्हैया कुमार ने निकला रोड शो, कार्यकर्ताओं का जोश हाई
વડોદરામાં દુષ્કર્મ ના આરોપી ને up ખાતે થિ ક્રાઇમ બ્રાન્ચની ટીમ દ્વારા ઝડપી લેવા માં આવ્યા
વડોદરામાં દુષ્કર્મ ના આરોપી ને up ખાતે થિ ક્રાઇમ બ્રાન્ચની ટીમ દ્વારા ઝડપી લેવા માં આવ્યા
ডেকাপামত আজিৰে পৰা আৰম্ভ তিহাৰ বিদায়ী সমাৰোহ
ডেকাপামত আজিৰে পৰা আৰম্ভ তিহাৰ বিদায়ী সমাৰোহ
આટલી બધી બેદરકારી!ગાંધીનગરનાં કુડાસણમાં મોટાભાગનો પિત્ઝા ખાધા બાદ જીવાત નીકળી, યુવક હોસ્પિટલમાં દાખલ..
ભારત દેશમાં ગુજરાત રાજ્યમાં ગાંધીનગર મ્યુનિસિપલ કોર્પોરેશનની આરોગ્ય શાખાની નિષ્ક્રિયતા વચ્ચે...