সোণাৰিস্থিত চৰাইদেউ মহকুমা পুথিভঁৰাল প্ৰাঙ্গনত আজি ৰাজা ৰাম মোহন লাইব্ৰেৰী ফাউণ্ডেছন আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত চৰাইদেউ মহকুমা পুথিভঁৰালৰ সহযোগত আধুনিক ভাৰত নিৰ্মাতা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে সোণাৰি চহৰত নাৰী সৱলীকৰণৰ এক সমদল উলিয়ায়। তাৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি ৰাজা ৰামমোহন ৰায় দেৱৰ জীৱনীৰ ওপৰত চমু আলোকপাত কৰা লগতে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে চৰাইদেউ মহকুমা পুথিভঁৰালৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে। এই সভাত উপস্থিত থাকে নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক জন কন্যাক, লাইব্ৰেৰীয়ান সংগীতা চেতিয়া, বিজেপি ৰাজ্যিক সদস্য দিলীপ কোঁৱৰৰ লগতে তিনি শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મુખ્ય નિર્વાચન અધિકારી શ્રીમતી પી. ભારતી દ્વારા મતદાર યાદી ખાસ સંક્ષિપ્ત સુધારણા કાર્યક્રમ અંતર્ગત પ્રેસ કોન્ફરન્સ
મીડિયા બ્રીફ
મુખ્ય નિર્વાચન અધિકારી શ્રીમતી પી. ભારતી દ્વારા મતદાર યાદી ખાસ સંક્ષિપ્ત...
দুৰাৰোগ্য ৰোগত ভূগি চিকিৎসাৰ নামত সৰ্বস্ব হেৰুওৱা এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ তথা ঢোল বাদক
এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ তথা ঢোল বাদক।এক দুৰাৰোগ্য ৰোগত ভূগি চিকিৎসাৰ নামত সৰ্বস্ব হেৰুৱালে।...
શતાબ્દી મહોત્સવ
*દિયોદર ના વાતમ ગામની ધન્યધરા પર શતાબ્દી મહોત્સવ તેમજ ત્રીદિવસીય શતચંડી યજ્ઞ યોજાયો*
*૪૨...
चांदी में आज फिर 450 रुपये की गिरावट, खरीदने से पहले जानें सोना का क्या है लेटेस्ट रेट
एचडीएफसी सिक्योरिटीज में वरिष्ठ विश्लेषक-जिंस सौमिल गांधी ने कहा कि हाल के अमेरिका के मजबूत...