সোণাৰিস্থিত চৰাইদেউ মহকুমা পুথিভঁৰাল প্ৰাঙ্গনত আজি ৰাজা ৰাম মোহন লাইব্ৰেৰী ফাউণ্ডেছন আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত চৰাইদেউ মহকুমা পুথিভঁৰালৰ সহযোগত আধুনিক ভাৰত নিৰ্মাতা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে সোণাৰি চহৰত নাৰী সৱলীকৰণৰ এক সমদল উলিয়ায়। তাৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি ৰাজা ৰামমোহন ৰায় দেৱৰ জীৱনীৰ ওপৰত চমু আলোকপাত কৰা লগতে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে চৰাইদেউ মহকুমা পুথিভঁৰালৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে। এই সভাত উপস্থিত থাকে নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক জন কন্যাক, লাইব্ৰেৰীয়ান সংগীতা চেতিয়া, বিজেপি ৰাজ্যিক সদস্য দিলীপ কোঁৱৰৰ লগতে তিনি শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नहीं रहे झारखंड के शिक्षा मंत्री जगरनाथ महतो, चेन्नई में ली अपनी अंतिम सांस
झारखंड के शिक्षा मंत्री जगरनाथ महतो का आज सुबह निधन हो गया है। उन्होंने चेन्नई...
Neeraj Chopra wins Gold: World Athletics में 'गोल्डन बॉय' नीरज चोपड़ा ने रचा 'स्वर्णिम इतिहास' |News
Neeraj Chopra wins Gold: World Athletics में 'गोल्डन बॉय' नीरज चोपड़ा ने रचा 'स्वर्णिम इतिहास' |News
Waqf की जमीन पर बीजेपी समर्थन वाली सरकार बनाएगी 21 नए मदरसे, मंत्री बोले- आगे भी होता रहेगा
बिहार की नीतीश कुमार सरकार ने Waqf की जमीन पर 21 नए मदरसे बनाने का ऐलान किया है। JDU नेता और...
চৰাইদেউ জিলাত বিশ্ব যক্ষ্মা দিৱস পালন
চৰাইদেউ জিলাত বিশ্ব যক্ষ্মা দিৱস পালন
रामलीला में वानर बने दो कैदी हरिद्वार जेल से फरार:सीता माता की खोज के बहाने निकले
हरिद्वार में रामलीला मंचन के दौरान जेल से दो कैदी फरार हो गए। शुक्रवार रात दोनों वानर का रोल निभा...