সোণাৰিস্থিত চৰাইদেউ মহকুমা পুথিভঁৰাল প্ৰাঙ্গনত আজি ৰাজা ৰাম মোহন লাইব্ৰেৰী ফাউণ্ডেছন আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত চৰাইদেউ মহকুমা পুথিভঁৰালৰ সহযোগত আধুনিক ভাৰত নিৰ্মাতা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে সোণাৰি চহৰত নাৰী সৱলীকৰণৰ এক সমদল উলিয়ায়। তাৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি ৰাজা ৰামমোহন ৰায় দেৱৰ জীৱনীৰ ওপৰত চমু আলোকপাত কৰা লগতে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে চৰাইদেউ মহকুমা পুথিভঁৰালৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে। এই সভাত উপস্থিত থাকে নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক জন কন্যাক, লাইব্ৰেৰীয়ান সংগীতা চেতিয়া, বিজেপি ৰাজ্যিক সদস্য দিলীপ কোঁৱৰৰ লগতে তিনি শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
WTC 2023 Final के लिए भारत और ऑस्ट्रेलिया दोनों टीमें घोषित, यहां जानें पूरा स्क्वाड और कार्यक्रम
नई दिल्ली, स्पोर्ट्स डेस्क। WTC 2023 Final: भारत और ऑस्ट्रेलिया के...
YouTube ব্যৱহাৰকাৰী সকললৈ সুখবৰ
YouTube ত আৰু নাথাকিব Music Copyright issue কিন্তু কিয়...?
ધો્લ ના નજક ભુચર મોરિના ઐતિહાસિક મેદાન લોક મેળા નુ આયોજન 26-8 થિ 4વાગ્યે થિ ઓપનિંગ
ધો્લ ના નજક ભુચર મોરિના ઐતિહાસિક મેદાન લોક મેળા નુ આયોજન 26-8 થિ 4વાગ્યે થિ ઓપનિંગ
PORBANDAR પોરબંદરના બંદર રોડ પર પથ્થરોમાં ગાય ફસાતા રેસકયુ કરાયું 02 11 2022
PORBANDAR પોરબંદરના બંદર રોડ પર પથ્થરોમાં ગાય ફસાતા રેસકયુ કરાયું 02 11 2022