সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি চফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰিয়াফলা পেভাৰ ব্লক ৰাষ্টাৰ শুভ উদ্বোধন কৰে। জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় ২০২০-২০২১ আৰু ২০২১-২০২২ বৰ্ষৰ প্ৰায় ৭,৫০,০০০ টকা ব্যয়ৰে নিৰ্মাণ কৰা হয় এই ৰাষ্টাটো। অতি খৰতকীয়াকৈ এই ৰাষ্টা নিৰ্মাণ কৰা বাবে জিলা পৰিষদৰ শলাগ লয় বিধায়ক গৰাকীয়ে। আনহাতে ৰাইজৰ বহু দিনীয়া এটা সমস্যা আজি দূৰ কৰিবলৈ সক্ষম হ'ল তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে। উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ , জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, বিজেপি ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস ৰ লগতে কেইবাজনো দলীয় কাৰ্যকৰ্তা আৰু শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સ્વતંત્રતા દિવસની પૂર્વ સંધ્યાએ રાષ્ટ્રપતિ આજે રાષ્ટ્રને સંબોધિત કરશે
રાષ્ટ્રપતિ દ્રૌપદી મુર્મુ આજે (રવિવારે) સ્વતંત્રતા દિવસની પૂર્વ સંધ્યાએ રાષ્ટ્રને સંબોધિત કરશે....
श्री शंकर सहकारी साखर कारखान्याची सभासदांची बैठक फोंडशिरस येथे संपन्न
श्री शंकर सहकारी साखर कारखाना लि सदाशिवनगर सभासदांची बैठक बाणलिंग मंदिर फोंडशिरस येथे...
INDIA और BHARAT पर छिड़ी बहस के बीच Jaishankar ने कह दी बड़ी बात, G20 Summit पर भी बोले | Hindi News
INDIA और BHARAT पर छिड़ी बहस के बीच Jaishankar ने कह दी बड़ी बात, G20 Summit पर भी बोले | Hindi News