বাগিচাৰ নলাত পৰি এজনৰ মৃত্যুচাহ বাগিচাৰ নলাত পৰি এজনৰ মৃত্যু

চৰাইদেউ জিলাৰ সাপেখাতিৰ সমীপৰ ঘূৰাজান চাহ বাগিচাৰ এটা নলাত পৰি এজন লোকৰ মৃত্যু হৈছে। মৃত ব্যক্তিজনৰ নাম তৰুণ ভূঞা আৰু তেওঁৰ ঘৰ সমীপৰ গৰীয়াচিগাত বুলি জানিব পৰা গৈছে। আজি স্থানীয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰলৈ প্ৰেৰণ কৰিছে

মৃত্যুঞ্জয় দাস, সোণাৰি।