সোণাৰি সমষ্টিৰ চফ্ৰাই দিচাং আলি জামাতৰ সুবিধাৰ্থে পঞ্চদশ ২০২০-২০২১ বিত্তীয় বৰ্ষৰ সাহায্য পুঁজিৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকা ব্যয়ৰে মিজাৰেবল টিউৱেল, শৌচালয় আৰু প্ৰস্ৰাবগাৰ নিৰ্মাণৰ আধাৰ শিলা স্থাপন কৰে সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। আধাৰশিলা স্থাপন কৰি তেখেতে নামঘৰৰ জ্ঞাতি বৰ্গৰ বহু দিনীয়া এটা সমস্যা আজি দূৰ হ'ল বুলি মন্তব্য কৰে।উক্ত অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, তাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰ, জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, চাফ্ৰাই গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি গগৈ ৰাজকুমাৰী ,জামাতৰ সভাপতি ইব্ৰাহিম আলি, সম্পাদক মিৰান হোছেইন , আৰু বহু কেইজন দলীয় কাৰ্যকৰ্তা উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউ আৰক্ষীৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস পালন
চৰাইদেউ আৰক্ষীৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস পালন
চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত আজি ভাৰতৰ প্ৰথম...
Wrestlers Protest: आंदोलन से पीछे नहीं हटीं Sakshi Malik | खबरों का किया खंडन | Breaking
23 अप्रैल से भारतीय कुश्ती महासंघ के अध्यक्ष बृजभूषण शरण सिंह के खिलाफ चल रहे आंदोलन पर नया मोड़...
कोटा मे फिर चले चाकु हुआ युवक घायल पुलिस जाच मे जुटी
कोटा के गुमानपुरा थाना क्षेत्र के छावनी इलाके में बाइक पर जा रहे दो युवकों पर पुरानी रंजिश को...
সোণাৰিত অস্ত্ৰসহ এজনক আটক
দূৰ্গা পূজাৰ প্ৰাকক্ষণত সোণাৰিত মাৰণাস্ত্ৰসহ এজনক আটক। আটকাধীন লোকজনৰ নাম খঞ্জন নাথ। খঞ্জন নাথৰ...
Israel vs Palestine: Mufti Manzoor Ziaee ने Israel और Palestine के युद्ध पर कही बड़ी बात | IndiaTV
Israel vs Palestine: Mufti Manzoor Ziaee ने Israel और Palestine के युद्ध पर कही बड़ी बात | IndiaTV