নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিলেলৰ অস্থায়ী খালাছী শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ ৷ দীৰ্ঘদিনৰ পৰা মাৰ্কেটিং টাৰ্মিনেল অস্থায়ী শ্ৰমিক হিচাপে শ্ৰম কৰি অহা শ্ৰমিকসকলক বঞ্চিত কৰি বহিৰাগত শ্ৰমিকক নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই সংগোপনে স্থায়ী নিযুক্তিৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰোপৰি পূৰ্বৰ শ্ৰমিক ইউনিয়নক নশ্চাৎ কৰি নতুনকৈ এক স্বাৰ্থান্বেষী চক্ৰই খালাচী সন্থা গঠন কৰি বেনাৰ লগোৱা কাৰ্যক ধিক্কাৰ দিয়ে ৷ শীঘ্ৰেই দীৰ্ঘদিনৰ পৰা খালাছী কাম কৰা শ্ৰমিকক স্থায়ী নিযুক্তি , বহিৰাগত শ্ৰমিকৰ মকৰল বাতিল কৰাৰ লগতে পাবত গজা খালাছী সন্থা ভংগৰ দাবী জনাইছে খালাছী শ্ৰমিক সকলে ৷ অন্যথা নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰিব বুলি সকিয়াই খালাছী শ্ৰমিক সকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हार्मोन क्या है? | What is a Hormone? | What do Hormones do in the human body? 3D Animation 🔥🔥🔥
हार्मोन क्या है? | What is a Hormone? | What do Hormones do in the human body? 3D Animation 🔥🔥🔥
લુખ્ખાગીરીની સજા | MantavyaNews
લુખ્ખાગીરીની સજા | MantavyaNews
સુરત : રાંદેર પોલીસે એક અજીબ શોખ ધરાવતા વાહન ચોરને ઝડપ્યો | SatyaNirbhay News Channel
સુરત : રાંદેર પોલીસે એક અજીબ શોખ ધરાવતા વાહન ચોરને ઝડપ્યો | SatyaNirbhay News Channel
Farmers Protest: किसानों के आंदोलन में आज भारत बंद | Bharat Band | Traffic Advisory | Punjab Border
Farmers Protest: किसानों के आंदोलन में आज भारत बंद | Bharat Band | Traffic Advisory | Punjab Border
ભારતીય જનતા પાર્ટીમાં કઠલાલ શહેર ઉપપ્રમુખ તરીકે દિલીપસિંહ ચૌહાણ નિમણૂક
ગુજરાત ક્ષત્રિય ઠાકોર વિકાસ સંઘ કઠલાલ તાલુકા ટીમ દ્વારા ભારતીય જનતા પાર્ટીમાં કઠલાલ શહેર ઉપપ્રમુખ...