নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিলেলৰ অস্থায়ী খালাছী শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ ৷ দীৰ্ঘদিনৰ পৰা মাৰ্কেটিং টাৰ্মিনেল অস্থায়ী শ্ৰমিক হিচাপে শ্ৰম কৰি অহা শ্ৰমিকসকলক বঞ্চিত কৰি বহিৰাগত শ্ৰমিকক নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই সংগোপনে স্থায়ী নিযুক্তিৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰোপৰি পূৰ্বৰ শ্ৰমিক ইউনিয়নক নশ্চাৎ কৰি নতুনকৈ এক স্বাৰ্থান্বেষী চক্ৰই খালাচী সন্থা গঠন কৰি বেনাৰ লগোৱা কাৰ্যক ধিক্কাৰ দিয়ে ৷ শীঘ্ৰেই দীৰ্ঘদিনৰ পৰা খালাছী কাম কৰা শ্ৰমিকক স্থায়ী নিযুক্তি , বহিৰাগত শ্ৰমিকৰ মকৰল বাতিল কৰাৰ লগতে পাবত গজা খালাছী সন্থা ভংগৰ দাবী জনাইছে খালাছী শ্ৰমিক সকলে ৷ অন্যথা নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰিব বুলি সকিয়াই খালাছী শ্ৰমিক সকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજીમાં રહેલી ગંદકી અને વિવિધ સમસ્યાઓથી લોકો પરેશાન
અંબાજીમાં રહેલી ગંદકી અને વિવિધ સમસ્યાઓથી લોકો પરેશાન
ક્યાંથી કોની બેગ ભુલાઈ કેટલું સોનું અને રોકડ રકમ પરત અપાઈ વાંચો અહીંયા
હજુ માનવતા મરી નથી પરવારી તેવું ઉદાહરણમાં એસટી ડિવિઝનમાં જોવા મળ્યું સોનાના દાગીના અને રોકડ રકમ...
પાલનપુર અમદાવાદ હાઈવે પર આંગડિયા કરમી સાથે 21 લાખની લૂંટ #gujaratinewsupdate
પાલનપુર અમદાવાદ હાઈવે પર આંગડિયા કરમી સાથે 21 લાખની લૂંટ #gujaratinewsupdate
ખંભાત બાર એશોસીએશન પ્રમુખ પદે ભરતભાઈ ચૌહાણની બિનહરીફ વરણી..
ખંભાત બાર એસોસિએશનના પ્રમુખ તરીકે સર્વાનુમતે ભરતભાઈ ચૌહાણ બિનહરીફ વરણી કરવામાં આવી છે.આ ઉપરાંત...
ছিপাঝাৰত চৰকাৰৰ সুলভ মূল্যৰ চাউলৰ নামত বৰবিহ
ছিপাঝাৰত চৰকাৰৰ যোগান বিভাগৰ প্লাষ্টিকসদৃশ চাউল।চৰকাৰী সুলভ মূল্যৰ চাউলৰ নামত বৰ বিহ।
ছিপাঝাৰৰ...