বহু বছৰৰ পৰা নিজ অঞ্চলত গছপুলি ৰোপন কৰি অহা , অঞ্চলটোত প্ৰকৃতিপ্ৰেমী শিক্ষক হিচাবে জনাজাত , পৰবৰ্তী সময়ত ৰাজনীতিত নামি বিধায়ক হোৱা সোণাৰি সমষ্টিৰ বিধায়ক তথা প্ৰকৃতিপ্ৰেমী ধৰ্মেশ্বৰ কোঁৱৰৰ বিশেষ উদ্যোগত চকিয়াল যুৱ সমাজৰ সহযোগত সোমবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাঙ্গণ আৰু ঐতিহাসিক শ-ধোৱা পুখুৰীৰ পাৰত শতাধিক গছপুলি ৰোপনৰ কাৰ্যসূচী হাতত লয় । এই কাৰ্যসূচীত সমাজকৰ্মী অতুল ৰাজকোঁৱৰ,প্ৰাক্তন আছুনেতা ৰঘু ৰাজকোঁৱৰ,যুৱনেতা পবিত্ৰ গগৈ,জ্যোতিষ কোঁৱৰ,সুৰুষ বৰগোহাঁই আৰু সাংবাদিক প্ৰণৱ বৰগোহাঁই উপস্থিতি থাকি সহযোগিতা আগবঢ়াই ৷।উল্লেখযোগ্য যে বিধায়ক গৰাকীয়ে জিলাখনৰ বিভিন্ন স্থানত লক্ষাধিক গছপুলি ৰোপন কৰাৰ লগতে মৈদাম ক্ষেত্ৰটো বহু বছৰৰ পৰা বহু ফলমুলৰ পুলি ৰোপন কৰি তাক প্ৰতিপালন কৰি আহিছে । জিলাখনৰ ধংসৰ গৰাহত পৰা চলা সংৰক্ষিত বনাঞ্চলখনো স্থানীয় ৰাইজৰ সহযোগত সংৰক্ষণত জড়িত হৈ পৰিছে বিধায়ক গৰাকী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমৰ মাটিত অৰুণাচলৰ বন বিভাগে জৰীপ আৰম্ভ কৰাত আশ্বৰ্য প্ৰকাশ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
অসমৰ মাটিত অৰুণাচলৰ বন বিভাগে জৰীপ আৰম্ভ কৰাত আশ্বৰ্য প্ৰকাশ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।...
2024 Maruti Suzuki Swift डीलरशिप पर आई नजर, इन बड़े अपडेट के साथ 9 मई को होगी लॉन्च
Maruti Suzuki की ओर से 9 मई 2024 को अपडेटेड Swift लॉन्च की जाएगी। हाल ही में 2024 स्विफ्ट से...
મુગલ સલ્તનતના સમયનું 1050 વર્ષ જૂનું આ મંદિર આજે પણ અડીખમ..જુઓ એની દિવ્યગાથા
મુગલ સલ્તનતના સમયનું 1050 વર્ષ જૂનું આ મંદિર આજે પણ અડીખમ..જુઓ એની દિવ્યગાથા
રાષ્ટ્રીય કક્ષાએ સબ જુનિયર નેશનલ વોલીબોલ સ્પર્ધામાં મુસ્લિમ છોકરાએ ગુજરાતને મેડલ
રાષ્ટ્રીય કક્ષાએ ગળતેશ્વર તાલુકા ના નાનકડા ગામ વસો (પડાલ) ના મુસ્લિમ છોકરા એ પોતાનો પ્રતિભાવ થી...