সোণাৰিত শিক্ষকক আক্ৰমণ ঘটনাৰ সবিশেষ জানিবলৈ দিছে টিঙালীবাম প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গৰাকীয়ে। দাৰ ঘাপত ধাৰাশায়ী হৈছিল শিক্ষক তুলসী সন্দিকৈ। টিঙালীবাম প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষক জন। জানিব পৰা মতে অঞ্চলটোৰ মুনু প্ৰজা নামৰ এজন যুৱকে বিদ্যালয়খনৰ প্ৰতাপ পেগু নামৰ সহকাৰী শিক্ষক গৰাকীক আক্ৰমণৰ বাবে খেদি আহে। কিন্তু শিক্ষকজনে নিজকে ৰক্ষা কৰিবলৈ আতৰি দিয়াত মুনু প্ৰজাই বিদ্যালয় খনৰ প্ৰধান শিক্ষক শিক্ষক তুলসী সন্দিকৈক উপৰ্যুপৰি আঘাত কৰা লগতে চোকা দাৰে আক্ৰমণ কৰে । ইফালে দাৰ আক্ৰমণত আঘাতপ্ৰাপ্ত প্ৰধান শিক্ষক তুলসী সন্দিকৈক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়। আনহাতে আক্ৰমণকাৰী মুনু প্ৰজাক আটক কৰিলে টিঙালীবাম আৰক্ষীয়ে। মদৰ নিচাত আক্ৰমণ কৰা বুলি স্বীকাৰ আটকাধীন লোকজনৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दुर्घटनाग्रस्त होने से बची कोटा-हिसार, ट्रेन से निकला धुंआ और चिंगारी, गुडला में खड़ी रही 2 घंटे, पॉइंट्समैन की सतर्कता से टला बड़ा हादसा
आधी रात को दुर्घटनाग्रस्त होने से बची कोटा-हिसार, ट्रेन से निकला धुंआ और चिंगारी, गुडला में खड़ी...
সোণাৰিত কবিতাৰ মহাসন্মিলনৰ অধিবেশন অনুষ্ঠিত
সোণাৰিত কবিতাৰ মহাসন্মিলনৰ অধিবেশন অনুষ্ঠিত
চৰাইদেউত কবিতাৰ মহাসন্মিলনৰ ষষ্ঠ বাৰ্ষিক অধিবেশন...
দীপাৱলীৰ পূৰ্বে কৃষকৰ বাবে ভাল খবৰ, লাভ কৰিব ১২ নং কিস্তিৰ ধন
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধনৰ বাবে এতিয়া কৃষকৰ অপেক্ষা বাঢ়িছে। এতিয়ালৈকে দ্বাদশ...
थार डेजर्ट में रहने वाले चनेसर खान लंगा, मुरली और अलगोजा के मास्टर
थार डेजर्ट में रहने वाले चनेसर खान लंगा, मुरली और अलगोजा के मास्टर
Vaishali Murder Case: ગાયિકા વૈશાલી મર્ડર કેસમાં પોલીસને મળી મોટી સફળતા | Gujarati News On ZEE
Vaishali Murder Case: ગાયિકા વૈશાલી મર્ડર કેસમાં પોલીસને મળી મોટી સફળતા | Gujarati News On ZEE