সোণাৰিত শিক্ষকক আক্ৰমণ। দাৰ ঘাপত ধাৰাশায়ী শিক্ষক তুলসী সন্দিকৈ।টিঙালীবাম প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষক জন। মুনু প্ৰজা নামৰ এজন যুৱকে অৰ্তকিতে আক্ৰমণ কৰে শিক্ষক তুলসী সন্দিকৈক। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। ইফালে আক্ৰমণকাৰী মুনু প্ৰজাক আটক কৰিলে টিঙালীবাম আৰক্ষীয়ে। মদৰ নিচাত আক্ৰমণ কৰা বুলি স্বীকাৰ আটকাধীন লোকজনৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰান পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীকৈ শিক্ষয়ত্ৰীয়ে লাভ।কৰিলে জিলা কৃৰ্তি শিক্ষকৰ সন্মান।
মৰান পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীকৈ শিক্ষয়ত্ৰী ক্ৰমে স্বপ্নালী গগৈ আৰু ৰীনা বৰুৱাক...
"હર ઘર તિરંગા" અભિયાન અંતર્ગત ડીસામાં ભવ્ય તિરંગા યાત્રા નીકળતા ડીસાપણ દેશભક્તિના રંગમાં રંગાયું
https://www.facebook.com/share/v/U2aqCoqyGstYZ55C
સમગ્ર દેશમાં સ્વતંત્ર દિવસની ઉવણી જોર શોર થી...
मतगणना से पहले कांग्रेस अलर्ट मोड़ पर,कर ली है देशभर में ये बड़ी तैयारी
लोकसभा चुनाव में वोटिंग के रियल टाइम और अंतिम आंकड़ों को लेकर मचे घमासान के बीच कांग्रेस अलर्ट हो...
ગરબાડા પંથકમાં માર્ગ અકસ્માતોની વણથંભી વણઝાર:પાંદડી નજીક ફોર વ્હીલ પલ્ટી મારી.
દાહોદ જિલ્લાના ગરબાડા પંથકમાં છેલ્લા કેટલાય સમયથી માર્ગ અકસ્માતો ની વણથંભરી વણઝાર...