◼️জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰ সমদল

◼️মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ জোৰ লৈ উত্তাল প্ৰতিবাদ

◼️বিজেপি গৌ-বেক, অসম চৰকাৰ হুচিয়াৰ, ধ্বনিৰ উত্তাল কৰিলে মাজুলী

V.O- জনজাতিকৰণৰ দাবীত আজি মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থায়ে আজি এক জোৰ লৈ সমদল বাহিৰ কৰে ,মাজুলীৰ নয়াবজাৰ চাৰিআলিত কৰে এই জোঁৰ সমদল ! ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কৰা এই জোঁৰ সমদলত বিজেপী চৰকাৰ গ'বেক, আমাক জনজাতিকৰণ লাগিবই আদি শ্ল'গান বাহিৰ কৰে ! চুতীয়া জনগোষ্ঠীৰ লগতে ৬জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে অনাগত সময়ত ভয়ংকৰভাৱে প্ৰতিবাদৰ সন্মুখীন হব বুলি হুংকাৰ দিয়ে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থায়ে ।