মাজুলীত নিশা ভয়ংকৰ বাইক দুৰ্ঘটনাযো

যোৱা নিশা উজনী মাজুলীৰ নয়াবজাৰৰ সমিপত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা কথমপী প্ৰাণ ৰক্ষা বাইক আৰোহিৰ । 

▪️নিশা জেংৰাইমুখৰ পৰা নয়াবজাৰৰ দিশত আহি থকা AS03 AD 1107 নম্বৰৰ এখন বাইকত আহি থকা দুজন আৰোহীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পকা পোষ্টত খুন্দা মাৰে !

▪️নিশাৰ আন্ধাৰৰ বাবে ভালদৰে দেখা নাপালে টাৰণিং ! 

▪️সংকতজনক ভাৱে দুয়োজনকে চিকিৎসালয়লৈ প্ৰেৰণ ! 

▪️দুয়োজনৰে ঘৰ মাজুলীৰ গড়মূৰৰ মিলনপুৰত বুলি জানিব পৰা গৈছে ! 

▪️সাংবাদিক আৰু নয়াবজাৰৰ আৰক্ষী তথা স্থানীয় ৰাইজৰ সহযোগত দুয়োজনকে আৰক্ষীৰ বাহনতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।