অসম জাতীয় পৰিষদ আৰু জাতীয় যুৱ শক্তিৰ চৰাইদেউ জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনখন মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুমাৰীত অনুষ্ঠিত হয়। অধিৱেশনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি চৰাইদেউ জিলাৰ দুয়োটা সমষ্টি ক্ৰমে মাহমৰা আৰু সোণাৰিৰ যুৱ প্ৰতিনিধি আৰু দলীয় কৰ্মীৰ উপস্থিতিয়ে আগন্তুক দিনত চৰাইদেউ জিলাৰ লগতে সমগ্ৰ অসমতে জাতীয়তাবাদৰ ভেটি যে অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব, সেয়া নিশ্চিত কৰিছে বুলি মন্তব্য কৰে। অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মাণিক গগৈৰ সভাপতিত্বত সম্পাদক বিপুল ফুকনে আঁতধৰা অধিৱেশনৰ মুকলি সভাত দুয়োটা সমষ্টিৰ যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণৰ ট্ৰেফিক পইণ্টত পথত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা বাইক আৰেহীৰ
মৰাণৰ ট্ৰেফিক পইণ্টত পথত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা বাইক আৰেহীৰ
उज्जैन से कावड़ रावतभाटा पहुंची कावड़ियों का लाल झंडा ऑटो रिक्शा चालक यूनियन ने पुष्प वर्षा कर जोरदार स्वागत किया
रावतभाटा मे उज्जैन से आई कावड़ यात्रा का रावतभाटा मे पहुंचते ही चार भुजा मे लाल झंडा ऑटो रिक्शा...
રાણાવાવ ઝરડી સીમમાં થયેલ મર્ડરના આરોપીને ગણતરીની કલાકોમાં પકડી પાડતી પોલીસ
રાણાવાવ ઝરડી સીમમાં થયેલ મર્ડરના આરોપીને ગણતરીની કલાકોમાં પકડી પાડતી પોલીસ
ભેસાણ તાલુકા નું ચુડા સોરઠ ગામ શ્રી સરસ્વતી ગરબી મંડળ 35 વર્ષ થયા ગરબીનો આયોજિત કરી રહ્યા છે
ભેસાણ તાલુકા નું ચુડા સોરઠ ગામ શ્રી સરસ્વતી ગરબી મંડળ 35 વર્ષ થયા ગરબીનો આયોજિત કરી રહ્યા છે