শিশু আৰু মাতৃ সকলৰ পৰিপুষ্টিৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে পালন কৰা হৈছে এই পোষণ মাহৰ ৷ পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্প,বোকাখাতৰ উদ্যোগত পোষণ মাহ উপলক্ষে লৈছে বিশেষ কায্যসূচী । বাদুলিপাৰ পঞ্চায়ত আৰু গুলোংটেমেৰা পঞ্চায়তৰ সকলো কৰ্মী-সহায়িকাৰ উপস্থিতিত পুষ্টিমেলাৰ লগতে সজাগতা সভা অনুষ্ঠিত হয় ৷ প্ৰকল্পটোৰ প্ৰকল্প বিষয়া, পোষন বিভাগৰ বিষয়-ববীয়া সকলে অংশ লোৱা সভাত শিশু- প্ৰসুতি মাতৃ আৰু গৰ্ভাৱতী মহিলা সকলে পুষ্টিকৰ আহাৰ তথা ঘৰতে উৎপাদন হোৱা সেউজীয়া শাক-পাচলি খোৱাৰ দিশত গুৰুত্ব দিয়া হয়। পোষন মাহৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে পোষণ বজাৰৰ । গৰ্ভাৱতী মহিলা সকলে কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে সেইসমূহ অতি সুন্দৰৰূপত উপস্থাপন কৰিছে কৰ্মীসকলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बीड जिल्ह्याचे पालकमंत्री अतुल सावे यांनी जिल्हाधिकारी कार्यालयात घेतली आढावा बैठक@india report
बीड जिल्ह्याचे पालकमंत्री अतुल सावे यांनी जिल्हाधिकारी कार्यालयात घेतली आढावा बैठक@india report
सरकारी रुग्णालयात आष्टी येथे गुरुवार दि.२९रोजी ऑनलाइन दिव्यांग प्रमाणपत्र (UDID) शिबिराचा सर्व दिव्यांग बांधवांनी लाभ घ्यावा-शिरीष भाऊ थोरवे
आष्टी( प्रतिनिधी )आष्टी तालुक्यातील सर्व दिव्यांग बांधवांना विद्यार्थी व नागरिकांना कळविण्यात...
ৰাজ্যিক কৃতী শিক্ষক পুৰস্কাৰ প্ৰাপ্ত উদয়শংকৰ গগৈক সম্বৰ্ধনা জ্ঞাপন টেঙাখাত প্ৰেছ ক্লাবৰ।
🌐Subscribe YouTube : https://youtube.com/channel/UC73Q87cTAYcePNNoviXv5hg
🌐Follow & Like...
দিপাৱলীৰ বজাৰ কৰিবলৈ গৈ ম’হৰ আক্ৰমণত মৃত্যু এজন লোকৰ
দিপাৱলীৰ বজাৰ কৰিবলৈ বজাৰত গৈ ম’হৰ আক্ৰমণত মৃত্যু হ'ল এজন লোকৰ।
ৰাতাবাৰী সমষ্টিৰ...