সোণাৰিত জোঁৰ সমদলকাৰীক বাধা প্ৰদান আৰক্ষীৰ। সোণাৰি আৰক্ষীয়ে আটক কৰিলে বহু কেইগৰাকী প্ৰতিবাদকাৰীক। জনজাতিকৰণৰ লগতে স্বায়ত্ব শাসনৰ দাবী জনায় জোঁৰ সমদল বাহিৰ কৰিছিল প্ৰতিবাদ কাৰী সকলে।সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি নগৰত গ্ৰহণ কৰা হৈছিল এই কাৰ্যসূচী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Telangana Election Results 2023: तेलंगाना में हार के बाद Asaduddin Owaisi का पहला बयान | AIMIM
Telangana Election Results 2023: तेलंगाना में हार के बाद Asaduddin Owaisi का पहला बयान | AIMIM
সোণাৰিত বন্য হস্তীয়ে গছকি চুৰ মাৰ কৰিলে কৃষকৰ সপোনৰ পথাৰখন
সোণাৰিত বন্য হস্তীয়ে গছকি চুৰ মাৰ কৰিলে সপোনৰ পথাৰখন
সোণাৰিত বন্য হস্তীয়ে ধ্বংস কৰিলে...
અરવિંદ કેજરીવાલ ગુજરાતમાં સંગઠનને મજબૂત કરવામાં વ્યસ્ત, આવતીકાલે સુરતની મુલાકાતે આવશે
ગુજરાતમાં વિધાનસભાની ચૂંટણી યોજાવા જઈ રહી છે. થોડા મહિનાઓ પછી ચૂંટણીનો માહોલ સજાવવાનો છે. આ પહેલા...
হত্যা কৰা খালিস্তানী সন্ত্ৰাসবাদীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছিল, ভাৰতত পৰিকল্পিত আক্ৰমণ
হত্যা কৰা খালিস্তানী সমৰ্থক হৰদীপ সিং নিজাৰ সন্দৰ্ভত সতেজ তথ্য পোহৰলৈ আহিছে এক...