চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত মিছন ৰোডৰ পৰা জিলা চুতীয়া ছাত্ৰ সন্থাৰ জোৰ সমদল বাহিৰ l চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত জিলা চুতীয়া ছাত্ৰ সন্থাই জোঁৰ সমদল বাহিৰ কৰে l চুতীয়া জনগোষ্ঠীক জনজাতি কৰণ প্ৰদান কৰিব লাগিবই,বি জে পি চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী l শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে
চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত মিছন ৰোডৰ পৰা জিলা চুতীয়া ছাত্ৰ সন্থাৰ জোৰ সমদল বাহিৰ l চুতীয়া
![](https://i.ytimg.com/vi/0ixsMUoe36o/hqdefault.jpg)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)