*অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ*
অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ উদ্যোগত মূল্য বৃদ্ধিৰ ওপৰত প্ৰতিমূৰ্ত্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদীকাৰী সকলে অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰ প্ৰতিমূৰ্ত্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে মূল্য বৃদ্ধি হ্ৰাস নকৰিলে পৰৱৰ্তী পৰ্যায়ত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে
প্ৰতিবাদকাৰী সকলে ।
লগতে এনেদৰে সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ থাকিলে অনাগত নিৰ্বাচনত বিজেপি চৰকাৰ লুপ্ত হোৱাৰ সম্ভাৱনা আছে বুলি ক্ষোভ উজাৰে