✍️সোণাৰিত ৰাইজৰ দলৰ প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত।

✍️চৰাইদেউ জিলাৰ নতুন সমিতি গঠন

বিধায়ক অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ চৰাইদেউ জিলা সমিতি গঠনৰ উদ্দেশ্য আজি সোণাৰিত এখন প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত হয়। দলটোৰ কেন্দ্ৰীয় নেতা ধৈৰ্য কোঁৱৰ, বেদান্ত লহকৰ আদিৰ উপস্থিতিত সোণাৰিৰ বিলাসী হোটেল গ্ৰীন ভিয়ুত অনুষ্ঠিত হোৱা এই সভাত দলটোৰ প্ৰতি আকৃষ্ট হোৱা সোণাৰি কেইবাজান বিশিষ্ট ব্যক্তিক আনুষ্ঠানিক ভাৱে দললৈ আদৰণি জনায়। সভাত আগন্তুক কাৰ্যকালৰ বাবে ৰাইজৰ দলৰ চৰাইদেউ জিলা সমিতিৰ নতুন কাৰ্যনিৰ্বাহকৰ সমিতিখন গঠন কৰা হ

Byte : ধৈৰ্য কোঁৱ