মাহমৰাৰ বনমালী চাহ বাগিচাত কেন্দ্ৰীয় কৰম সন্মিলনখন শনিবাৰে অনুষ্ঠিত হয়। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাহমৰা শাখাৰ উদ্যোগত অনুষ্ঠিত হয় মাহমৰা কেন্দ্ৰীয় কৰম সন্মিলনখন। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বনমালী উপ শাখা তথা অসম চাহ মজদুৰ সংঘ বনমালী গোটৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক কৰম সন্মিলনখনত বিভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આમ આદમી પાર્ટી મહુવા દ્વારા ડેનેજ તેમજ સાફસફાઈના પ્રશ્ને પાલિકામાં તાળાબંધી કરી નોંધાવ્યો વિરોધ
આમ આદમી પાર્ટી મહુવા દ્વારા ડેનેજ તેમજ સાફસફાઈના પ્રશ્ને પાલિકામાં તાળાબંધી કરી નોંધાવ્યો વિરોધ
জাফা ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণ কৰা দূৰ্বৃত্তক শাস্তিৰ দাবীত চিলাপথাৰ জাফা ধেমাজি জিলা আৰু বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ সাংবাদিকৰ কলা'বেজ পৰিধানেৰে প্ৰতিবাদ
সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত হোৱা আক্ৰমণৰ ন্যায় বিচাৰি চিলাপথাৰত JAFA ৰ ধেমাজি জিলা সমিতি আৰু...
PNB 15 करोड़ शेयर बेचकर जुटाने जा रहा फंड, बैंक कर्मचारियों के साथ इन लोगों की होगी चांदी
नई दिल्ली, बिजनेस डेस्क: देश के बड़े सरकारी बैंकों में से एक पंजाब नेशनल बैंक (पीएनबी) अपने...