মৰঙীৰ ফলঙনিত স্বচ্ছতাই মুল সেৱাৰ উদ্দেশ্য ৰে গোলাঘাট জিলা পানী আৰু অনাময় সমিতি ৰ উদ্যাগত মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফলঙনি পঞ্চায়তৰ সভাগৃহত এখনি সজাগতা মুলক ভাৱে সভা অনুষ্ঠিত হয়।

সভাত গোলাঘাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হৈ খণ্ড সমন্বয় দীপজ্ঞোতি কলিতাৰ লগতে ফলঙনি গাওঁ পঞ্চায়তৰ সভাপতি কন্দৰ্প গগৈ, আঞ্চলিক সদস্যা ৰুপজোতি দত্তৰ লগতে সদস্য সকল উপস্থিত থাকে।

অসম চৰকাৰে ৰাইজৰ সুবিধাৰ্থে স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা ৰূপায়িত হ'ব লগীয়া প্ৰতিটো আঁচনি ত আত্ম সহায়ক গোটৰ মহিলা সকলক নিয়োজিত হৈ নিস্বাৰ্থ ভাবে সেৱা আগবঢ়ায় নিবলৈ সভাত সিদ্ধান্ত কৰে।