অসম চৰকাৰৰ এটি বিনম্ৰ প্ৰয়াস "অৰুণোদয় আঁচনি"। মুখ্যমন্ত্ৰী ড°হিমন্ত শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ অসংখ্য দৰিদ্ৰ জনগণৰ মুখত এক প্ৰাপ্তিৰ হাঁহি বিৰিঙোৱাৰ উদ্দেশ্যে আৰম্ভ কৰা এই আঁচনিখনৰ সফল ৰূপায়ণৰ লগতে, যাতে আঁচনিৰ লাভালাভ কেৱল যোগ্যজনেহে লাভ কৰে, তাৰ বাবে এটা জৰীপ চলাবলৈ আজি মন্ত্ৰী অজন্তা নেওগে নলবাৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জৰীপকাৰী দলৰ বাবে আয়োজন কৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कृषिमंत्री अब्दुल सत्तार यांच्या उपस्थितीत वनामकृवित शनिवारी रबी शेतकरी मेळावा
परभणी(प्रतिनिधी)मराठवाडा मुक्ती संग्राम दिनाचे औचित्य साधून वसंतराव नाईक मराठवाडा कृषि...
જુનાડીસા ડી.જે.એન મેહતા હાઈસ્કુલ ના કેમ્પસમાં 77 મા સ્વાતંત્ર દિવસની ઉજવણી કરાઈ
જુનાડીસા ડી.જે.એન મેહતા હાઈસ્કુલ ના કેમ્પસમાં 77 મા સ્વાતંત્ર દિવસની ઉજવણી કરાઈ
લતીફ સુમરા...
মানকাচৰত জাতীয় পতাকা বিতৰণ
মানকাচৰত জাতীয় পতাকা বিতৰণ।
মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি...